ETV Bharat / state
বন্যহস্তীৰ আক্ৰমণত সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হ’ল এটা বাসগৃহ - বন্যহস্তীৰ আতংক
ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত হাতী মানুহৰ সংঘাত (Wild elephant attack) ৷ এইবাৰ ডিব্ৰুগড় জিলাৰ সাৰ নগৰী নামৰূপত বন্যহস্তীৰ আতংক ৷ বন্যহস্তীৰ আক্ৰমণত সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হ’ল এটা বাসগৃহ ৷
বন্যহস্তীৰ আক্ৰমণত সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হ’ল এটা বাসগৃহ
By
Published : Sep 22, 2022, 9:47 PM IST
| Updated : Sep 22, 2022, 10:05 PM IST
- ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত হাতী মানুহৰ সংঘাত
- এইবাৰ ডিব্ৰুগড় জিলাৰ সাৰ নগৰী নামৰূপত বন্যহস্তীৰ তাণ্ডৱ(Wild elephant attack)
- বন্যহস্তীৰ আক্ৰমণত সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হ’ল এটা বাসগৃহ(House destroyed in wild elephant attack)
- থাৰ্মেলৰ সমীপৰ যমুনা দেৱী নামৰ এগৰাকী মহিলাৰ বাসগৃহত বন্যহস্তীয়ে চলালে এই আক্ৰমণ
- সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই যদিও ঘৰৰ আচবাব ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে বন্যহস্তীয়ে
- নামৰূপ থাৰ্মেলৰ সমীপত প্ৰায়ে বন্যহস্তীয়ে আতংকৰ সৃষ্টি কৰি অহাৰ কথা উল্লেখ কৰিলে স্থানীয় ৰাইজে
- এই ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে
বন্যহস্তীৰ আক্ৰমণত সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হ’ল এটা বাসগৃহ
Last Updated : Sep 22, 2022, 10:05 PM IST