ডিব্ৰুগড়,২০ মাৰ্চ:ডিব্ৰুগড়ত শনিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বিশাল নিৰ্বাচনী ৰেলী বাহিৰ কৰে । ডিব্ৰুগড় সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । চহৰখনৰ পুৰণি হাইস্কুল খেলপথাৰৰ পৰা চহৰৰ মাজমজিয়া হৈ চিৰিং চাপৰিৰ খেলপথাৰলৈকে এই সমদল উলিওৱা হয় । সমষ্টিৰ সহস্ৰাধিক সমৰ্থকে পুষ্প বৃষ্টিৰে উষ্ম আদৰণি জনায় জনপ্ৰিয় নেতাগৰাকীক ।
ডিব্ৰুগড়ত হিমন্তৰ পদযাত্ৰা - ডিব্ৰুগড় সমষ্টি
ডিব্ৰুগড় চহৰৰ পুৰণি হাইস্কুল খেলপথাৰৰ পৰা চহৰৰ মাজমজিয়া হৈ চিৰিং চাপৰিৰ খেলপথাৰলৈকে এক সমদল উলিওৱা হয় । সমষ্টিৰ সহস্ৰাধিক সমৰ্থকে পুষ্পবৃষ্টিৰে উষ্ম আদৰণি জনায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।

ডিব্ৰুগড়ত হিমন্তৰ পদযাত্ৰা