- ডিব্ৰুগড়ৰ চহৰৰ মাজমজিয়াত চি এন জি ফিলিং ষ্টেচনত গেছ বিস্ফোৰণ
- বাহনত গেছ ভৰাই থাকোতেই সংঘটিত হয় বিস্ফোৰণ
- ফলত সমগ্ৰ অঞ্চলটোত নিৰ্গত হৈছে গেছ
- এই ঘটনাৰ পিছতে আতংকময় পৰিৱেশ সৃষ্টি হৈছে চৌকিদিঙী অঞ্চলত
- ইতিমধ্যে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈছে ঘটনাস্থলীত
- ২০১৯ চনৰ ১৭ আগষ্টত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিছিল উত্তৰ-পূৱৰ দ্বিতীয় চি এন জি ফিলিং ষ্টেচনটো
- ইতিমধ্য ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন (MLA Prashanta Phukan) ঘটনাস্থলীত উপস্থিত হৈ তদাৰক কৰিছে পৰিস্থিতি
Gas blast at Dibrugarh: ডিব্ৰুগড়ৰ চহৰৰ মাজমজিয়াত চি এন জি ফিলিং ষ্টেচনত গেছ বিস্ফোৰণ - চি এন জি ফিলিং ষ্টেচনত গেছ বিস্ফোৰণ
ডিব্ৰুগড়ৰ চহৰৰ মাজমজিয়াত চি এন জি ফিলিং ষ্টেচনত গেছ বিস্ফোৰণ ৷ বাহনত গেছ ভৰাই থাকোতেই সংঘটিত হয় বিস্ফোৰণ (Gas blast at Dibrugarh) ৷
Gas blast at Dibrugarh: ডিব্ৰুগড়ৰ চহৰৰ মাজমজিয়াত চি এন জি ফিলিং ষ্টেচনত গেছ বিস্ফোৰণ