ডিব্ৰুগড়, 22 এপ্ৰিল : ডিব্ৰুগড়ত প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ ডিব্ৰুগড় জিলা প্ৰশাসন আৰু পৌৰসভাৰ যুটীয়া অভিযানত চহৰখনৰ মাজমজিয়াৰ নিউ মাৰ্কেটত চলোৱা হয় উচ্ছেদ অভিযান ৷ চক্ৰ বিষয়াসহ আৰক্ষীৰ সহযোগত চলে এই অভিযান।
ডিব্ৰুগড়ত বজাৰত প্ৰশাসনে চলালে উচ্ছেদ অভিযান - অসম নিউজ
ডিব্ৰুগড় জিলা প্ৰশাসন আৰু পৌৰসভাৰ যুটীয়া অভিযানত চহৰখনৰ মাজমজিয়াৰ নিউ মাৰ্কেটত চলোৱা হয় উচ্ছেদ অভিযান ৷ চক্ৰ বিষয়াসহ আৰক্ষীৰ সহযোগত পদপদপথৰ ব্যৱসায়ীৰ বিৰুদ্ধে চলোৱা হয় এই অভিযান৷
ডিব্ৰুগড়ত বজাৰত প্ৰশাসনে চলালে উচ্ছেদ অভিযান
নিউ মাৰ্কেটৰ মূল বজাৰত অবৈধভাৱে পদপদ দখল কৰি থকা ক্ষুদ্ৰ ব্যৱসায়ীক উচ্ছেদ চলায় প্ৰশাসনে৷ দীৰ্ঘদিন ধৰি বজাৰখনত পদপদত ব্যৱসায় চলাই থকা এই ব্যৱসায়ীৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছিল অভিযোগৰ৷ অভিযোগৰ ভিত্তিতেই পদচাৰীলৈ যাতায়ত মুকলি কৰি দিয়াৰ অৰ্থে সোমবাৰে উচ্ছেদ অভিযান চলায় ডিব্ৰুগড় জিলা প্ৰশাসন তথা পৌৰসভাই৷