ডিব্ৰুগড় 19 এপ্ৰিলঃ মহামাৰী ক‘ৰণাৰ আতংক আনফালে বনৰীয়া হাতীৰ তাণ্ডৱ দেখা গ'ল ডিব্ৰুগড়ৰ লেজাই কলাখোৱাত ৷ বনৰীয়া হাতীয়ে এইবাৰ ঘৰ নহয়,স্কুল ভাঙি চুৰমাৰ কৰে ৷ মাজনিশা বৰদৈ বাম প্ৰাথমিক বিদ্যালয়ত বনৰীয়া হাতীৰ জাকে ভাঙি টহিলং কৰে বিদ্যালয় খন।
লক ডাউনৰ মাজতে ডিব্ৰুগড়ত বন্য হস্তীৰ সন্ত্ৰাস - ,এইবাৰ ভাঙি তহিলং কৰিলে বিদ্যালয়
ক‘ৰণাৰ লক ডাউনৰ মাজতে ডিব্ৰুগড়ত বন্য হস্তীৰ আতংক,বনাঞ্চলৰ পৰা জাকে জাকে ওলাই আহিছে হাতী,এইবাৰ ভাঙি তহিলং কৰিলে বিদ্যালয় ৷
লক ডাউনৰ মাজতে ডিব্ৰুগড়ত বন্য হস্তীৰ সন্ত্ৰাস
দীৰ্ঘদিনৰ পৰা ডিব্ৰুগড়ৰ লেজাই-কলাখোৱাত বনৰীয়া হাতীয়ে উপদ্ৰপ চলাই আহিছিল। বিশেষকৈ বৃহত্তৰ অঞ্চলটোত খেতিবাতি অনিষ্ট কৰি গাঁও সমূহত সন্ত্ৰাস সৃষ্টি কৰি আহিছে। নিশা হ'লেই উলাই আহে শতাধিক বনৰীয়া হাতীৰ একো একোটা জাক। লক ডাউনৰ বাবে গঞাঁ ৰাইজ ওলাই যাব পৰা নাই হাতী খেদিবলৈ ।
লগতে পঢকঃ হোজাই জিলা প্ৰশাসনৰ জৰুৰী ঘোষণা