অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত শিক্ষামন্ত্ৰীৰ ধমক শিক্ষকক - Education minister sudden visit dibrugarh

ডিব্ৰুগড়ত শিক্ষামন্ত্ৰীৰ ছাডেন ভিজিট ৷

ডিব্ৰুগড়ত শিক্ষামন্ত্ৰীৰ ধমক শিক্ষকক

By

Published : Nov 22, 2019, 5:45 PM IST

ডিব্ৰুগড়, 22 নৱেম্বৰঃডিব্ৰুগড়ত শিক্ষামন্ত্ৰীৰ ছাডেন ভিজিট ৷ বিদ্যালয়ত মধ্যাহ্ন ভোজন বিতৰণক লৈ ব্যাপক বিসংগতি,তীব্ৰ অসন্তুষ্টি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ৷

ডিব্ৰুগড়ত শিক্ষামন্ত্ৰীৰ ধমক শিক্ষকক

খঙত অগ্নিশৰ্মা শিক্ষামন্ত্ৰীৰ বিদ্যালয়ৰ ভিতৰতে প্ৰধান শিক্ষয়িত্ৰী আৰু বিদ্যালয় কৰ্তৃপক্ষক ধমক ৷ তেওঁ খঙত খৰ্গহস্ত হৈ ক'লে লোৱা হ'ব ইয়াৰ ব্যৱস্থা ৷

ডিব্ৰুগড়ত শিক্ষামন্ত্ৰীৰ ধমক শিক্ষকক

সংবাদ মাধ্যমৰ আগত বিদ্যালয়কেইখনক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ৷ মধ্যাহ্ন ভোজনক লৈ ব্যাপক অনিয়ম হোৱা বুলি প্ৰকাশ ৷

ডিব্ৰুগড়ত শিক্ষামন্ত্ৰীৰ ধমক শিক্ষকক

লগতে চাওকঃগোৱালপাৰাত যৌন নিৰ্যাতন বিষয়ত সজাগতমূলক সভা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details