অসম

assam

ETV Bharat / state

'কা'ৰ বিৰুদ্ধে দুলীয়াজানত আছুৰ প্ৰতিবাদ - দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা

'কা'ৰ বিৰুদ্ধে দুলীয়াজানত আছুৰ প্ৰতিবাদ ৷ বাইক ৰেলীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই ৷

'কা'ৰ বিৰুদ্ধে দুলীয়াজানত আছুৰ প্ৰতিবাদ
'কা'ৰ বিৰুদ্ধে দুলীয়াজানত আছুৰ প্ৰতিবাদ

By

Published : Mar 20, 2021, 9:58 PM IST

মৰাণ,20 মাৰ্চ:'কা' বাতিল কৰিবই লাগিব, সৰ্বা-হিমন্ত মুৰ্দাবাদ আদি শ্ল'গানেৰে দুলীয়াজানৰ আকাশ-বতাহ উত্তাল কৰি বাইক ৰেলীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই ৷ দুলীয়াজানৰ হুকুটা চাৰিআলিৰ পৰা 16 নম্বৰ হৈ পিপল তললৈ ৰেলীৰে বিজেপি চৰকাৰ গ' বেক ধ্বনি দিয়ে প্ৰতিবাদকাৰীয়ে ৷

'কা'ৰ বিৰুদ্ধে দুলীয়াজানত আছুৰ প্ৰতিবাদ

আনহাতে, মৰাণতো আছু কৰ্মীসকলে বাইক ৰেলীৰ জৰিয়তে 'কা' বাতিলৰ দাবী তুলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

'কা'ৰ বিৰুদ্ধে দুলীয়াজানত আছুৰ প্ৰতিবাদ

লগতে পঢ়ক : ৰঙাপৰাত হিমন্তৰ বিশাল বাইক ৰেলী

ABOUT THE AUTHOR

...view details