- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকক ছাত্ৰাৱাসৰ পৰা বহিষ্কাৰ (DU general secretary expelled from hostel) ।
- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিংকাণ্ডৰ তদন্ত অব্যাহত ৰেগিংবিৰোধী কমিটীৰ (Anti ragging committee of DU) ।
- সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাক বহিষ্কাৰ ৰেগিংবিৰোধী কমিটীৰ (DU GS Ujjwal Ankur Bora expelled from hostel) ।
- পদ্মনাথ গোঁহাইবৰুৱা ছাত্ৰাৱাসৰ আৱাসী আছিল উজ্জ্বল অংকুৰ ।
- ৰেগিংকাণ্ডত নাম সাঙোৰ খাইছিল সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ ।
- ৰাজ্য কঁপোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ ভুক্তভোগী আছিল আনন্দ শৰ্মা (DU ragging case) ।
- আনন্দ শৰ্মাই ৰেগিংকাণ্ডত উজ্জ্বল অংকুৰ বৰা জড়িত থকাৰ কথা উল্লেখ কৰিছিল ।
- বিগত ২৭ নৱেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হৈছিল ভয়ংকৰ ৰেগিংকাণ্ড ।
- ৰেগিংকাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মা ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিংহোমত চিকিৎসাধীন হৈ আছে ।