অসম

assam

By

Published : Apr 25, 2021, 7:00 AM IST

ETV Bharat / state

অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব ডিকমৰ বজাৰ

কৰ’ণাত আক্ৰান্ত হৈ ডিব্ৰুগড়ত বহু কেইজন লোকৰ মৃত্যু ঘটাৰ পাচতে ডিকম বজাৰ নাগৰিক মঞ্চত আয়োজিত এখন ৰাজহুৱা সভাৰ সিদ্ধান্তমৰ্মে ডিকমৰ দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে বজাৰ কমিটিয়ে ৷

অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব ডিকম দৈনিক আৰু সাপ্তাহিক বজাৰ
অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব ডিকম দৈনিক আৰু সাপ্তাহিক বজাৰ

মৰাণ,25 এপ্ৰিল: ৰাজ্যত উন্মোচিত হৈছে ক’ভিড-19 সংক্ৰমণৰ ভয়াৱহ পৰিস্থিতি ৷ দ্ৰুতগতিত ইজনৰ পিচত আনজন লোক আক্ৰান্ত হৈছে ক’ভিড-19 ত ৷ শেহতীয়াভাৱে গণ সংক্ৰমণৰ দিশে গতি কৰা ডিব্ৰুগড়ত জিলা প্ৰশাসনে সকলো বিহু অনুষ্ঠান বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰেৰণ কৰাৰ পাচতে শনিবাৰে ডিকমৰ দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে বজাৰ কমিটিয়ে ৷

অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব ডিকমৰ বজাৰ

উল্লেখ্য যে, কৰ’ণাত আক্ৰান্ত হৈ ডিব্ৰুগড়ত বহু কেইজন লোকৰ মৃত্যু ঘটাৰ পাচতে ডিকম বজাৰ নাগৰিক মঞ্চত আয়োজিত এক ৰাজহুৱা সভাৰ সিদ্ধান্তমৰ্মে বৰ্তমানৰ ক'ভিড পৰিস্থিতি ঠিক নোহোৱা পৰ্যন্ত বজাৰসমূহ বন্ধ থাকিব বুলিও বজাৰ সমিতিয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: ডিমা হাছাওত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 54 গৰাকীলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details