অসম

assam

By

Published : Apr 8, 2021, 1:29 PM IST

Updated : Apr 8, 2021, 2:08 PM IST

ETV Bharat / state

নাহৰৰ দেশত স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আজি স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন । বিগত দুটা বৰ্ষৰ পাচত অনুষ্ঠিত হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন ৷

আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন
আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন

ডিব্ৰুগড়, 8 এপ্ৰিল :ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আজি স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন । বিগত দুটা বৰ্ষৰ পাচত অনুষ্ঠিত হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন ৷

আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন
আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন

এই বৰ্ষৰ ছাত্ৰ একতা সভাৰ ১৮ টা পদৰ বাবে প্ৰতিদ্বন্দিতাত আগবঢ়াইছে ৩৫ জনকৈ প্ৰাৰ্থীয়ে । পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া দিনৰ ২ বজালৈকে অব্যাহত থাকিব ৷ ৩৫ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব বিশ্ব বিদ্যালয়ৰ মুঠ ৪৬১৫ ছাত্র ছাত্ৰীয়ে ৷

নাহৰৰ দেশত স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

লগতে পঢ়ক: প্ৰৱল ঘূৰ্ণী বতাহৰ মাজতে বকোত মহিলাৰ মৃত্যু

Last Updated : Apr 8, 2021, 2:08 PM IST

ABOUT THE AUTHOR

...view details