অসম

assam

Dibrugarh Ragging case: ৰেগিংকাণ্ডত অভিযুক্ত আৰু এজন ছাত্ৰক আটক ডিব্ৰুগড় আৰক্ষীৰ

By

Published : Dec 8, 2022, 8:15 PM IST

ডিব্ৰুগড় ৰেগিংকাণ্ডৰ (Dibrugarh Ragging case) লগত জড়িত কমলেশ্বৰ চুতীয়া নামৰ ছাত্ৰজনক বৃহস্পতিবাৰে আটক কৰে ডিব্ৰুগড় আৰক্ষীয়ে (Kamleshwar Chutia arrested by Dibrugarh Police)৷

Dibrugarh Ragging case: Kamleshwar Chutia arrested by Dibrugarh Police
Dibrugarh Ragging case: Kamleshwar Chutia arrested by Dibrugarh Police

  • ডিব্ৰুগড় ৰেগিংকাণ্ডৰ (Dibrugarh Ragging case) লগত জড়িত আন এজন ছাত্ৰক আটক
  • কমলেশ্বৰ চুতীয়া নামৰ ছাত্ৰজনক আটক কৰে ডিব্ৰুগড় আৰক্ষীয়ে (Kamleshwar Chutia arrested by Dibrugarh Police)
  • বৃহস্পতিবাৰে বিয়লি আৰক্ষীয়ে আটক কৰে ছাত্ৰজনক
  • গণিত বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্র কমলেশ্বৰ চুতীয়া
  • ৰেগিংকাণ্ডৰ পাছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তিনিবছৰ কাৰণে বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিছিল কমলেশ্বৰক

ABOUT THE AUTHOR

...view details