অসম

assam

ETV Bharat / state

Dibrugarh police announced reward: লালুকাত হোৱা গুলীচালনাত ব্যৱহৃত পিষ্টলৰ তথ্য দিয়া জনলৈ পুৰস্কাৰ ঘোষণা - Dibrugarh police announced reward

লালুকাত হোৱা গুলীচালনাত (Laluka shooting incident)ব্যৱহৃত পিষ্টলৰ তথ্য দিয়া জনলৈ ৫০,০০০ নগদ টকাৰে পুৰস্কাৰ ঘোষণা ডিব্ৰুগড়ৰ আৰক্ষীৰ

Dibrugarh police announced reward for Laluka shooting incident
Dibrugarh police announced reward: লালুকাত হোৱা গুলীচালনাত ব্যৱহৃত পিষ্টলৰ তথ্য দিয়া জনলৈ পুৰস্কাৰ ঘোষণা

By

Published : Nov 5, 2022, 1:04 PM IST

  • লালুকাত হোৱা গুলীচালনাত (Laluka shooting incident)ব্যৱহৃত পিষ্টলৰ সন্ধানত আৰক্ষী
  • পিষ্টলৰ তথ্য দিয়াজনলৈ পুৰস্কাৰ ঘোষণা ডিব্ৰুগড়ৰ আৰক্ষীৰ
  • তথ্য দিয়াজনক ৫০,০০০ নগদ টকাৰে পুৰষ্কৃত কৰিব আৰক্ষীয়ে
  • লগতে গোপনে ৰখা হ'ব তথ্য দিওঁতাজনৰ পৰিচয়
  • পিষ্টলৰ তথ্য দিবলৈ টুইটাৰত প্ৰেৰণ কৰিব পাৰিব বাৰ্তা
  • তাৰোপৰি জিলা আৰক্ষী অধীক্ষকক ফোনযোগে নতুবা Whatsapp যোগে 6026901300 নম্বৰত প্ৰেৰণ কৰিব পাৰিব বাৰ্তা
  • উল্লেখ্য যে, সিদ্ধাৰ্থ ৰাজখোৱা নামৰ এগৰাকী বাইক আৰোহীক গুলীচালনা কৰিছিল দুৰ্বৃত্তই
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ৪ জনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে

ABOUT THE AUTHOR

...view details