মৰাণ, 15 নৱেম্বৰঃ ডিব্ৰুগড়ৰ সোণাৰীপট্টিত ধন দাবী কৰি আটক হ’ল তিনিজনকৈ জাতীয় সংগঠনৰ নেতা ৷ অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসম নামৰ জাতীয় সংগঠনৰ তিনি সদস্য ক্ৰমে অভিনাশ দাস, ৰোহন দাস আৰু বিশ্বজিৎ দাসক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে ৷
ধন দাবী কৰি ডিব্ৰুগড়ত গ্ৰেপ্তাৰ জাতীয় সংগঠনৰ নেতা - ডিব্ৰুগড়ত জাতীয় সংগঠনৰ নেতা গ্ৰেপ্তাৰ
ধন দাবীৰ অপৰাধত অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদ অসম নামৰ জাতীয় সংগঠনৰ তিনি সদস্য ক্ৰমে অভিনাশ দাস, ৰোহন দাস আৰু বিশ্বজিৎ দাসক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে ৷
![ধন দাবী কৰি ডিব্ৰুগড়ত গ্ৰেপ্তাৰ জাতীয় সংগঠনৰ নেতা As_Moran_Arrested three leader in Dibrugarh_vis_10031](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9551744-thumbnail-3x2-d.jpg)
ধন দাবী কৰি ডিব্ৰুগড়ত গ্ৰেপ্তাৰ জাতীয় সংগঠনৰ নেতা
ধন দাবী কৰি ডিব্ৰুগড়ত গ্ৰেপ্তাৰ জাতীয় সংগঠনৰ নেতা
উল্লেখ্য যে, শনিবাৰে ডিব্ৰুগড়ৰ সোণাৰীপট্টিত মা লখিমী জুৱেলাৰ্চ নামৰ এক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক সংগঠনটোৰ নামত ধন দাবী কৰিছিল সদস্য তিনিজনে ৷ ইয়াৰ পিছতে প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীৰ এজাহাৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে তিনিওকে ৷
লগতে পঢ়ক-নিৰ্বাপন হ'ল নেকি বাঘজানৰ অভিশপ্ত জুই?