অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ খনিকৰ জগন্নাথ মন্দিৰ দৰ্শন থাইলেণ্ডৰ বৈদেশিক সচিবসহ প্ৰতিনিধিবৰ্গৰ - বকুল চাহ বাগিচা

ডিব্ৰুগড়ৰ খনিকৰ জগন্নাথ মন্দিৰত থাইলেণ্ডৰ বৈদেশিক সচিব,ৰাষ্ট্ৰদূতসহ ৰাজ প্ৰতিনিধিৰ দল ৷ মন্দিৰ পৰিচালনা সমিতিয়ে থাই ৰাষ্ট্ৰদূতসহ প্ৰতিনিধিবৰ্গক পৰম্পৰাগতভাৱে আদৰণি জনায় ৷

ডিব্ৰুগড়ৰ খনিকৰ জগন্নাথ মন্দিৰ দৰ্শন থাইলেণ্ডৰ বৈদেশিক সচিবসহ প্ৰতিনিধিবৰ্গৰ

By

Published : Oct 26, 2019, 11:17 PM IST

ডিব্ৰুগড়, 26 অক্টোবৰঃ ডিব্ৰুগড়ৰ খনিকৰ জগন্নাথ মন্দিৰত থাইলেণ্ডৰ বৈদেশিক সচিব,ৰাষ্ট্ৰদূতসহ ৰাজ প্ৰতিনিধিৰ দল ৷ থাইলেণ্ডৰ বৈদেশিক সচিব জেচদা কাটাভেটিনৰ নেতৃত্বত অহা 20 জনীয়া ৰাজপৰিয়ালৰ দলটোৱে খনিকৰ জগন্নাথ মন্দিৰ দৰ্শন কৰি আপ্লুত হৈ পৰে ৷ মন্দিৰ পৰিচালনা সমিতিয়ে থাই ৰাষ্ট্ৰদূতসহ প্ৰতিনিধিবৰ্গক পৰম্পৰাগতভাৱে আদৰণি জনায় ৷ ইয়াৰপূৰ্বে থাইলেণ্ডৰ দলটোৱে যোৱা শুকুৰবাৰে চৰাইদেউ,লাকুৱা,শিৱসাগৰ আদিত আহোম ৰাজত্বৰ ঐতিহাসিক কীৰ্তিচিহ্ন আদি পৰিভ্ৰমণ কৰে ৷ আনহাতে শেষত ডিব্ৰুগড়ৰ বকুল চাহ বাগিচা পৰিদৰ্শন কৰি পুনৰ থাইলেণ্ড অভিমুখে ঘুৰি যায় দলটো।

ডিব্ৰুগড়ৰ খনিকৰ জগন্নাথ মন্দিৰ দৰ্শন থাইলেণ্ডৰ বৈদেশিক সচিবসহ প্ৰতিনিধিবৰ্গৰ

ABOUT THE AUTHOR

...view details