ডিব্ৰুগড়,21 মাৰ্চঃকৰ’ণা ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে 22 মাৰ্চ অৰ্থাৎ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান কৰিছে ‘জনতা কাৰ্ফিউ’ ৷ 22 মাৰ্চৰ জনতা কাৰ্ফিউক লৈ ৰাইজলৈ আহ্বান ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ ৷ উপায়ুক্ত গৰাকীয়ে কয় যে, এই ৰোগৰ সংক্ৰমণ ৰোধ কৰাটো অতি প্ৰয়োজনীয় ৷ বিশেষকৈ শিশু আৰু ষাঠিৰ উৰ্দ্ধৰ লোকসকলৰ বাবে ইয়াৰ সংক্ৰমণ অধিক স্পৰ্শকাতৰ ৷ সেয়েহে উপায়ুক্ত গৰাকীয়ে দেওবাৰে সকলো লোককে প্ৰধানমন্ত্ৰীৰ আহ্বান ৰক্ষা কৰি বাহিৰত ওলাই যোৱাৰ পৰা বিৰত থকাৰ বাবে অনুৰোধ কৰে ৷ এই সন্দৰ্ভত চাওক আমাৰ বিশেষ প্ৰতিবেদন-
22 মাৰ্চৰ ‘জনতা কাৰ্ফিউ’ মানি চলাৰ বাবে আহ্বান ডিব্ৰুগড়ৰ উপায়ুক্তৰ
22 মাৰ্চৰ জনতা কাৰ্ফিউক লৈ ৰাইজলৈ আহ্বান ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ ৷ উপায়ুক্ত গৰাকীয়ে কয় যে, এই ৰোগৰ সংক্ৰমণ ৰোধ কৰাটো অতি প্ৰয়োজনীয় ৷
22 মাৰ্চৰ ‘জনতা কাৰ্ফিউ’ মানি চলাৰ বাবে আহ্বান ডিব্ৰুগড়ৰ উপায়ুক্তৰ