- লখিমপুৰৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থাকোতে চলন্ত অৱস্থাত হঠাৎ যান্ত্ৰিক বিজুতিৰ ফলত জ্বলি উঠিল গাড়ীখন
- কথমপি প্ৰাণ ৰক্ষা মহিলাসহ তিনি আৰোহীৰ
- গাড়ীখনৰ নম্বৰ AS07 J 8913
- ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে জুই
ডিব্ৰুগড়ৰ ৰাজপথত জ্বলিল গাড়ী - fire
বকপৰাৰ ৰাজপথত দাউ দাউকৈ জ্বলিল এখন দাটচান ৰেডি গ (Datsun Redi Go)বাহন ।
ডিব্ৰুগড়ৰ ৰাজপথত জ্বলিল গাড়ী