অসম

assam

ETV Bharat / state

নাহৰকটীয়াত ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন ডিব্ৰুগড় জিলা উপায়ুক্তৰ

মঙলবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত লেঙেৰীজান চাহ বাগান ষ্টাফ ক্লাব আৰু কোঁৱৰবাম প্ৰাথমিক বিদ্যালয় চৌহদত থকা ভোটগ্ৰহণ কেন্দ্ৰকেইটা পৰিদৰ্শন কৰে ৷ ইয়াৰ উপৰি ভোটগ্ৰহণ কেন্দ্ৰৰ সমান্তৰালভাৱে অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপনৰ বাবে প্ৰয়োজনীয় সা-সুবিধাসমূহ পৰীক্ষা কৰে ৷

By

Published : Feb 3, 2021, 10:11 AM IST

Deputy commissioner of Dibrugarh visit polling center of Naharkatia
নাহৰকটীয়াত ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন ডিব্ৰুগড় জিলা উপায়ুক্তৰ

মৰাণ,3ফেব্ৰুৱাৰী: ৰাজ্যৰ 2021ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহৰ লগতে নিৰ্বাচন আয়োগ আৰু জিলা প্ৰশাসন ৷

নাহৰকটীয়াত ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন ডিব্ৰুগড় জিলা উপায়ুক্তৰ

মঙলবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত লেঙেৰীজান চাহ বাগান ষ্টাফ ক্লাব আৰু কোঁৱৰবাম প্ৰাথমিক বিদ্যালয় চৌহদত থকা ভোটগ্ৰহণ কেন্দ্ৰকেইটা পৰিদৰ্শন কৰে ৷

নাহৰকটীয়াত ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন ডিব্ৰুগড় জিলা উপায়ুক্তৰ

ইয়াৰ উপৰি ভোটগ্ৰহণ কেন্দ্ৰৰ সমান্তৰালভাৱে অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপনৰ বাবে প্ৰয়োজনীয় সা-সুবিধাসমূহ পৰীক্ষা কৰে ৷ আনহাতে,পৰিদৰ্শনকালত উপায়ুক্ত পল্লৱ গোপাল ঝাক সংগ দিয়ে নাহৰকটীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিক্ৰম ছেত্ৰীৰ লগতে বহু কেইজন বিষয়াই ৷

নাহৰকটীয়াত ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন ডিব্ৰুগড় জিলা উপায়ুক্তৰ

লগতে পঢ়কঃবাজেটত প্ৰতিৰক্ষা আৱণ্টনৰ সামান্য বৃদ্ধি

ABOUT THE AUTHOR

...view details