- ছাত্ৰ ৰাজনীতিত আপৰ উত্থান
- আছুক ওফৰাই আপৰ দখলত টিংখাং মহাবিদ্যালয়
- পোনপ্ৰথমবাৰৰ বাবে মহাবিদ্যালয় ৰাজনীতিত আপৰ সমৰ্থিত প্ৰাৰ্থীয়ে খোপনি পুতিবলৈ সক্ষম হয়
- টিংখাং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত 'আপ'ৰ ভাতৃ সংগঠন "ছাত্ৰ যুৱ সংগ্ৰাম সমিতি(CYSS)"ৰ বৃহৎ জয়লাভ
- ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ৯ গৰাকীকৈ প্ৰাৰ্থী বিজয়ী হ'বলৈ সক্ষম হৈছে
- মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ সভাপতি পদৰ প্ৰাৰ্থী নিত্যানন্দ শইকীয়া
- উপ-সভাপতি জবিয়ৰ খাক্ৰা
- সাংস্কৃতিক সম্পাদক বাৰবী চেতিয়া
- সহঃ সাধাৰণ সম্পাদক বিশাল জয়ছোৱাল
- তৰ্ক সম্পাদক ৰহিত টিগা
- সমাজ সেৱা সম্পাদক বাস্তৱ দাস
- গুৰু ক্ৰীড়া সম্পাদক মনালিছা চাংমাই
- আন্তঃ ক্ৰীড়া সম্পাদক জোস্মিতা তামুলী
- ছাত্ৰী জিৰণী কোঠাৰ সম্পাদিকা লক্ষীমণি লাহনে জয়লাভ কৰে
- আন ৫ টা পদত আছু সমৰ্থিত প্ৰাৰ্থী বিজয়ী হ'বলৈ সক্ষম হয়
আছুক ওফৰাই আপৰ দখলত টিংখাং মহাবিদ্যালয় - Chatra Yuva Sangram Samiti
ছাত্ৰ ৰাজনীতিত আপৰ উত্থান ৷ পোনপ্ৰথম বাৰৰ বাবে মহাবিদ্যালয় ৰাজনীতিত আছুক ওফৰাই আপৰ দখলত টিংখাং মহাবিদ্যালয় ৷ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত 'আপ'ৰ ভাতৃ সংগঠন "ছাত্ৰ যুৱ সংগ্ৰাম সমিতি(Chatra Yuva Sangram Samiti)"ৰ ৯ গৰাকীকৈ প্ৰাৰ্থী বিজয়ী হ'বলৈ সক্ষম হৈছে ৷
আছুক উফৰাই আপৰ দখলত টিংখাং মহাবিদ্যালয়
Last Updated : Sep 25, 2022, 12:22 PM IST