অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ জকাইত সাংস্কৃতিক কেন্দ্ৰৰ শুভ উদ্বোধন - চাও চেং ৰেন

ডিব্ৰুগড়ৰ জকাই কোঁৱৰ গাঁৱত শুকুৰবাৰে উদ্বোধন কৰা হয় জকাই আঞ্চলিক চাও চেং ৰেন( সাংস্কৃতিক কেন্দ্ৰ)৷ ম'লুঙ আৰু জকাই অঞ্চলবাসী ৰাইজৰ উপস্থিতিত সম্পূর্ণ ধৰ্মীয় ৰীতি-নীতিৰে কেন্দ্ৰটি উদ্বোধন কৰা হয় ৷

Cultural centre inagurated at Dibrugarh
ডিব্ৰুগড়ৰ জকাইত সাংস্কৃতিক কেন্দ্ৰৰ শুভ উদ্বোধন

By

Published : Dec 26, 2020, 9:35 AM IST

ডিব্ৰুগড়,26ডিচেম্বৰঃডিব্ৰুগড়ৰ জকাই কোঁৱৰ গাঁৱত শুকুৰবাৰে উদ্বোধন কৰা হয় জকাই আঞ্চলিক চাও চেং ৰেন( সাংস্কৃতিক কেন্দ্ৰ)৷ ম'লুঙ আৰু জকাই অঞ্চলবাসী ৰাইজৰ উপস্থিতিত সম্পূর্ণ ধৰ্মীয় ৰীতি-নীতিৰে কেন্দ্ৰটি উদ্বোধন কৰা হয় ৷

জকাই আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বিনোদ কোঁৱৰ আৰু সম্পাদক ফুলেন গগৈৰ লগতে টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ উদ্যোগত নিৰ্মাণ কৰা হয় জকাই আঞ্চলিক চাও চেং ৰেন( সাংস্কৃতিক কেন্দ্ৰ) ৷ আনহাতে উদ্বোধনী অনুষ্ঠানত জিলা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়কঃশিলচৰত সম্পন্ন অসম বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক অভিৱৰ্তন

ABOUT THE AUTHOR

...view details