অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ বিৰ্তকিত বিজেপি নেতা সুদামা পাণ্ডেৰ গুণ্ডাগিৰি - সুদামা পাণ্ডেৰ গুণ্ডাগিৰি

ডিব্ৰুগড়ৰ বিৰ্তকিত বিজেপি নেতাৰ গুণ্ডাগিৰি (Controversial BJP leader Sudama Pandey)। কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ অতিকৈ ঘনিষ্ঠ বুলি পৰিচয় দি অহা বিজেপি নেতাৰ সুদামা পাণ্ডেৰ মাৰণাস্ত্ৰ লৈ গুণ্ডাগিৰি । দিনেশ দাস নামৰ এজন যুৱকক সামান্য কথাতে শাৰীৰিক ভাৱে আক্ৰমণ কৰাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ চেষ্টা সুদামা পাণ্ডেৰ (Sudama Pandey accused of bullying Someone) । সুদামা পাণ্ডেৰ সন্ত্ৰাসত আতংকিত হৈ জীৱনৰ প্ৰতি সংশয় নামি অহাৰ কথা উল্লেখ কৰি নিৰাপত্তা বিচাৰি ইতিমধ্যে আক্ৰমণৰ বলি দিনেশ দাসে ডিব্ৰুগড় সদৰ থানাত দাখিল কৰিছে এজাহাৰ।

Controversial BJP leader Sudama Pandey accused of bullying Someone in Dibrugarh
ডিব্ৰুগড়ৰ বিৰ্তকিত বিজেপি নেতা সুদামা পাণ্ডেৰ গুণ্ডাগিৰি

By

Published : Aug 29, 2022, 9:25 AM IST

  • ডিব্ৰুগড়ৰ বিৰ্তকিত বিজেপি নেতা সুদামা পাণ্ডেৰ গুণ্ডাগিৰি (Controversial BJP leader Sudama Pandey)
  • এইবাৰ চোকা অস্ত্ৰ লৈ গুণ্ডাগিৰিত নামিল বিজেপি নেতাগৰাকী (Sudama Pandey accused of bullying Someone)
  • তৰোৱালেৰে আক্ৰমণৰ চেষ্টাৰ অভিযোগ বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে
  • দিনেশ দাস নামৰ এজন যুৱকক সামান্য কথাতে শাৰীৰিকভাৱে আক্ৰমণৰ অভিযোগ
  • সুদামা পাণ্ডেৰ সন্ত্ৰাসত আতংকিত হৈ জীৱনৰ প্ৰতি সংশয় নামি অহাৰ কথা উল্লেখ আক্ৰমণৰ বলি দিনেশ দাসৰ
  • জীৱনৰ নিৰাপত্তা বিচাৰি ডিব্ৰুগড় সদৰ থানাত এজাহাৰ দাখিল দিনেশ দাসৰ
  • পূৰ্বেও বহু অভিযোগত অভিযুক্ত বিৰ্তকিত প্ৰাক্তন পৌৰ সদস্য সুদামা পাণ্ডে

ABOUT THE AUTHOR

...view details