অসম

assam

By

Published : Sep 26, 2019, 1:20 PM IST

Updated : Sep 26, 2019, 2:56 PM IST

ETV Bharat / state

ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত মহাৰাজত জয়ন্তী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল

এই মহাৰাজত জয়ন্তীত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ মুখ্যমন্ত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালও এইখন মহাবিদ্যালয়ৰে ছাত্ৰ আছিল এসময়ত ৷

মহাৰাজত জয়ন্তী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল

ডিব্ৰুগড়, 26 ছেপ্টেম্বৰঃবৃহস্পতিবাৰে উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ কানৈ মহাবিদ্যালয়ত মহাৰজত জয়ন্তী উদযাপন কৰা হয় ৷ এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে ৷

কানৈ মহাবিদ্যালয়ত মহাৰাজত জয়ন্তী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল

আজি মহাবিদ্যালয়খনৰ মহাৰাজত জয়ন্তীৰ আৰম্ভণি অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ মুখ্যমন্ত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা এই মহাৰাজত জয়ন্তীত লালচন্দ কানৈৰ পৰিয়াল,অসম কলেজ শিক্ষক সংস্থা,কানৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ লগতে মহাবিদ্যালয়খনৰ কেইবাটাও গোটে মুখ্যমন্ত্ৰী সোণোৱালক সম্বৰ্ধনা জনায় ৷

Last Updated : Sep 26, 2019, 2:56 PM IST

ABOUT THE AUTHOR

...view details