অসম

assam

ETV Bharat / state

চাবুৱাত কেবৰ বিৰুদ্ধে অট’ চলাই অৰ্ধ উলংগ হৈ প্ৰতিবাদ - চাবুৱাত কেবৰ বিৰুদ্ধে প্ৰতিবাদ

সোমবাৰে সোকসভাত উত্থাপিত হ’বলগীয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ এদিন পূৰ্বে মুকালমুৱাস্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত অট’ চালকসকলে এইদৰে কৰে প্ৰতিবাদ ৷ লগতে কেব বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে প্ৰতিবাদকাৰীৰ দলটোৱে ৷

Chabua CAB protest in front of CM's  house
চাবুৱাত কেবৰ বিৰুদ্ধে অট’ চলাই অৰ্ধউলংগ হৈ প্ৰতিবাদ

By

Published : Dec 9, 2019, 12:39 PM IST

Updated : Dec 9, 2019, 2:29 PM IST

চাবুৱা, 9 ডিচেম্বৰঃৰাজ্যৰ সৰ্বত্ৰে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে কেব বিৰোধী আন্দোলনে ৷ জাতি ৰক্ষাৰ স্বাৰ্থত মাৰ বান্ধি ওলাই আহিছে প্ৰতিজন খিলঞ্জীয়া ৷ সমান্তৰালকৈ চাবুৱাত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখতে অট’ চলাই অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুদ্ধ প্ৰতিবাদকাৰীয়ে ৷

চাবুৱাত কেবৰ বিৰুদ্ধে অট’ চলাই প্ৰতিবাদ

উল্লেখ্য় যে, সোমবাৰে লোকসভাত উত্থাপিত হ’বলগীয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ এদিন পূৰ্বে মুকালমুৱাস্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত অট’ চালকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ লগতে কেব বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে প্ৰতিবাদকাৰীৰ দলটোৱে ৷

আৰু পঢ়ক- মহানগৰীৰৰ দেৱালে দেৱালে কেব বিৰোধাী শ্ল'গান

Last Updated : Dec 9, 2019, 2:29 PM IST

ABOUT THE AUTHOR

...view details