অসম

assam

ETV Bharat / state

মৰাণত দেৱীৰ আশীষ ল'লে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে

মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ সৈতে মৰাণৰ সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত উপস্থিত হৈ দেৱীৰ আশীৰ্বাদ ল'লে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

By

Published : Oct 25, 2020, 10:51 PM IST

ৰামেশ্বৰ তেলী
ৰামেশ্বৰ তেলী

মৰাণ, 25 অক্টোবৰ:কৰ'ণাৰ প্ৰাদুৰ্ভাৱ আৰু প্ৰতিকূল বতৰৰ বাবে এইবাৰ পূজাথলীত নাই ৰাইজৰ সমাগম ৷ মৰাণতো দুৰ্গা পূজাৰ অনুৰূপ পৰিৱেশেই বিৰাজমান ৷ তাৰ মাজতে আজি দেৱীৰ আশীষ, ল'বলৈ পূজাস্থলীত উপস্থিত হ'ল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ৷

মৰাণত দেৱীৰ আশীষ ল'লে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে

মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ সৈতে মৰাণৰ সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত উপস্থিত হৈ দেৱীৰ আশীৰ্বাদ লয় ভাৰত চৰকাৰৰ খাদ্য সংসাধন বিভাগৰ মন্ত্ৰী গৰাকীয়ে ৷ তাৰ পাচতে মন্ত্ৰী গৰাকীয়ে মৰাণৰ দুৰ্গোৎসৱ সমন্বয়ৰক্ষী সমিতিৰ এখন সভাত অংশগ্ৰহণ কৰে ৷

মৰাণৰ দুৰ্গোৎসৱ সমন্বয়ৰক্ষী সমিতিৰ এখন সভাতো অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে

লগতে পঢ়ক:ক'ভিড প্ৰটক’ল ভাঙি পূজাৰ মণ্ডপে মণ্ডপে নেতাৰ ভিৰ

ABOUT THE AUTHOR

...view details