অসম

assam

ETV Bharat / state

মৰাণত মাঘীমেলাৰ পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হয় ম'হ যুঁজ

মাঘীমেলাত আহোমৰ যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হয় এই ম'হ যুঁজ ।

buffalo fight held at moran
মৰাণত মাঘীমেলাৰ পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হয় ম'হ যুঁজ

By

Published : Jan 15, 2021, 11:04 PM IST

মৰাণ, 15 জানুৱাৰী : মৰাণ আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আহোম গাঁওবাসী ৰাইজৰ সহযোগত শুকুৰবাৰে আহোম গাওঁৰ পথাৰত আয়োজন কৰা হয় ম'হ যুঁজৰ । মাঘীমেলাত আহোমৰ যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হয় এই ম'হ যুঁজ । মৰাণৰ বিভিন্ন ঠাইৰ ৰাইজে পুৱাই পৰা এই ম'হ যুঁজ চাবলৈ ভিৰ কৰা পৰিলক্ষিত হয় ।

মৰাণত মাঘীমেলাৰ পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হয় ম'হ যুঁজ

আহোম স্বৰ্গদেউসকলৰ দিনৰে পৰা মাঘ বিহুত ম’হ যুঁজৰ পৰম্পৰা চলি আহিছে । কিন্তু ২০১৪ চনত এটা ৰায়ৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা বুলি সকলো ধৰণৰ জীৱ-জন্তুৰ দৌৰ, যুঁজ নিষিদ্ধ কৰে ৷ তথাপিও কেৱল মাত্ৰ পৰম্পৰা ৰক্ষা কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মৰাণতো অনুষ্ঠিত হয় ম'হ যুঁজ প্ৰদৰ্শন ।

লগতে পঢ়ক :হোজাইত সত্যৰঞ্জন বৰাক পহুখেদা উত্তেজিত ৰাইজৰ

ABOUT THE AUTHOR

...view details