অসম

assam

ETV Bharat / state

ব্ৰাউন ছুগাৰ সহ ডিব্ৰুগড় আৰক্ষীৰ জালত 4 যুৱক

ডিব্ৰুগড় পল্টন বজাৰৰ পৰা ড্ৰাগছ সহ গ্ৰেপ্তাৰ 4 যুৱক ৷ যুৱক কেইজন শ্বাহিল খান,নানু হাজৰিকা, অমিত ৰাউত আৰু হেমন্ত শইকীয়া

By

Published : Oct 11, 2019, 2:43 PM IST

ড্ৰাগছ সহ গ্ৰেপ্তাৰ 4 যুৱক

  • ডিব্ৰুগড় আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
  • ডিব্ৰুগড় পল্টন বজাৰৰ পৰা ড্ৰাগছ সহ গ্ৰেপ্তাৰ 4 যুৱক
  • যুৱক কেইজন শ্বাহিল খান,নানু হাজৰিকা, অমিত ৰাউত আৰু হেমন্ত শইকীয়া
  • যুৱক কেইজনৰ পৰা 40 গ্ৰাম ব্ৰাউন চুগাৰ সহ ড্ৰাগছ বিক্ৰী কৰা সামগ্ৰী জব্দ
  • অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত

ABOUT THE AUTHOR

...view details