9 এপ্ৰিল, ডিব্ৰুগড় : জকাই খামটিঘাটত দীৰ্ঘদিন ধৰি এটা প্ৰকাণ্ড অজগৰে চলাই আছিল তাণ্ডৱ, পিছে শুকুৰবাৰে এঘৰত কুকুৰা পোৱালি ভক্ষণ কৰি থকা অৱস্থাত ফান্দত পৰিল অজগৰটো ৷ প্ৰথমে চিঞৰ বাখৰ কৰি পিছত ৰাইজৰ একাংশই প্ৰাণে মাৰিবলৈ উদ্যত হ’ল অজগৰটো ৷
প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰি বন বিভাগত চমজাই দিলে সাহসী যুৱকে - বন বিভাগ
দীৰ্ঘদিন ধৰি তাণ্ডৱ চলােৱা এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰি বন বিভাগত চমজাই দিলে জকাই খামটিঘাটৰ এগৰাকী সাহসী যুৱকে ৷

প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰি বন বিভাগত চমজাই দিলে সাহসী যুৱকে
প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰি বন বিভাগত চমজাই দিলে সাহসী যুৱকে
সেই সময়তে, গাঁওখনৰ যুৱক ৰাজীৱ বৰগোঁহায়ে অজগৰটো উদ্ধাৰ কৰাৰ সিদ্ধান্ত লৈ চমজাই দিয়ে বন বিভাগত। সাহসী যুৱক জনৰ এনে কাৰ্যৰ শলাগ লয় স্থানীয় ৰাইজে ।
লগতে পঢ়ক:নাহৰেই আনিলে অসমীয়াৰ পদূলীত ব’হাগৰ সুবাস