অসম

assam

By

Published : Dec 11, 2019, 3:16 PM IST

ETV Bharat / state

বাধ্যত পৰি কেব বিৰোধী শ্লোগান বিজেপি কৰ্মীৰ

বিজেপি,আৰ এছ এছ কৰ্মীক ঘৰৰ পৰা উলিয়াই আনি কেব বিৰোধী শ্লোগানেৰে প্ৰতিবাদ কৰিবলৈ বাধ্য কৰায় উত্তেজিত প্ৰতিবাদকাৰীয়ে ৷

শ শ প্ৰতিবাদকাৰীৰ উত্তাল প্ৰতিবাদ
শ শ প্ৰতিবাদকাৰীৰ উত্তাল প্ৰতিবাদ

টিংখাঙ, 11 ডিচেম্বৰ: টিংখাঙৰ ৰাজগড়ত তীব্ৰ উত্তেজনা ৷ শ শ প্ৰতিবাদকাৰীৰ উত্তাল প্ৰতিবাদ ৷ বিজেপি,আৰ এছ এছ কৰ্মীক ঘৰৰ পৰা উলিয়াই আনি কেব বিৰোধী শ্লোগানেৰে প্ৰতিবাদ কৰিবলৈ বাধ্য কৰাইছে উত্তেজিত প্ৰতিবাদকাৰী সকলে ৷

টিংখাঙৰ ৰাজগড়ত তীব্ৰ উত্তেজনা

অজয় বাইলুং নামৰ বিজেপি কৰ্মীজনে বাধ্যত পৰি কেব নালাগে,বিজেপি মুৰ্দাবাদ,জয় আই অসম ধ্বনিৰে চিঞৰিলে ৰাজপথত ৷ টিংখাঙত বন্ধ পালন কৰি প্ৰতিবাদত ওলাই আহিছে একাংশ লোক ৷ ৰাজপথত টায়াৰ জ্বলাই কেবৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷

লগতে পঢ়ক :ফণীভূষণ চৌধুৰীৰ ঘৰৰ দেৱালত কেব বিৰোধী পোষ্টাৰ

ABOUT THE AUTHOR

...view details