অসম

assam

ETV Bharat / state

ৰঙালী বিহুৰ বতৰতে কৰ'নাৰ আতংকঃ কি কৰিব শিল্পী বিপিন চাওদাঙে - শিল্পী বিপিন চাওদাঙৰ সৈতে ই টিভি ভাৰত

অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু সমাগত ৷ কি হ'ব এইবাৰ ৰঙালী বিহুত? এইবাৰ বিহু উদযাপনত কৰ'ণা ভাইৰাছে বাধা প্ৰদান কৰিব নেকি? ডিব্ৰুগড়ত শিল্পী বিপিন চাওদাঙৰ সৈতে ই টিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ ৷

ৰঙালী বিহু আৰু ক'ৰণা ভাইৰাছক লৈ বিপিন চাওদাঙৰ মন্তব্য
ৰঙালী বিহু আৰু ক'ৰণা ভাইৰাছক লৈ বিপিন চাওদাঙৰ মন্তব্য

By

Published : Mar 20, 2020, 3:36 PM IST

ডিব্ৰুগড়, 20 মাৰ্চঃ অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু সমাগত ৷ ইফালে চৌপাশে মাৰাত্মক কৰ'ণা ভাইৰাছৰ আতংক ৷ কি হ'ব এইবাৰ ৰঙালী বিহুত? অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু উদযাপন কৰিব পাৰিবনে অসমীয়া ৰাইজে? কৰ'ণা ভাইৰাছৰ বাবে বিহু উদযাপন আৰু শিল্পীসকলৰ মঞ্চ অনুষ্ঠানত বাধা আহিব নেকি?

এই সন্দৰ্ভত ডিব্ৰুগড়ত শিল্পী বিপিন চাওদাঙৰ সৈতে ই টিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ ৷

ৰঙালী বিহু আৰু ক'ৰণা ভাইৰাছক লৈ বিপিন চাওদাঙৰ মন্তব্য

লগতে পঢ়কঃকৰ’ণাক পৰাজিত কৰিবলৈ সষ্টম বিশ্ববাসী

ABOUT THE AUTHOR

...view details