মৰাণ,২৩ মাৰ্চ:মৰাণৰ বৰ্তমানৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী চক্ৰধৰ গগৈয়ে মঙলবাৰে বৃহত্তৰ পথালিবাম অঞ্চলত এক বাইক ৰেলী উলিয়ায় । এই বাইক ৰেলীত দলটোৰ কৰ্মকৰ্তাসকলে এইবাৰ মৰাণত চক্ৰধৰ গগৈ বিপুল ভোটত জয়যুক্ত হ’ব বুলি মন্তব্য কৰে । নতুনকৈ জন্ম লাভ কৰা আঞ্চলিকতাবাদী দলসমূহে মৰাণ সমষ্টিত কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলিও মন্তব্য কৰে দলীয় সমৰ্থকসকলে ৷
মৰাণত চক্ৰধৰ গগৈৰ বৃহৎ বাইক ৰেলী - Chakradhar Gogoi
মৰাণৰ বৰ্তমানৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী চক্ৰধৰ গগৈয়ে মঙলবাৰে বৃহত্তৰ পথালিবাম অঞ্চলত এক বাইক ৰেলী উলিয়ায় । এই বাইক ৰেলীত দলটোৰ কৰ্মকৰ্তাসকলে এইবাৰ মৰাণত চক্ৰধৰ গগৈক বিপুল ভোটত জয়যুক্ত হ’ব বুলি মন্তব্য কৰে ।
মৰাণত চক্ৰধৰ গগৈৰ বৃহৎ বাইক ৰেলী