- ডিব্ৰুগড় জিলাৰ জয়পুৰ হাইস্কুলৰ কোৱাৰেন্টাইন চেন্টাৰৰ পৰা পলায়ন যুৱকৰ
- 26 জুনত ব্ৰহ্মপুত্ৰ মেইলযোগে দিল্লীৰ পৰা ডিব্ৰুগড়লৈ আহিছিল যুৱকজন
- ইয়াৰ পাছতে কোৱাৰেন্টাইন কৰা হৈছিল বাইপান কুমাৰ নামৰ যুৱকজনক
- যুৱকজনৰ বিৰুদ্ধে জয়পুৰ থানাত ৰুজু কৰা হৈছে গোচৰ
- ঘটনা সংক্ৰান্তত কোৱাৰেন্টাইন চেন্টাৰটো পৰিদৰ্শন কৰে চক্ৰ বিষয়াসহ এটি আৰক্ষীৰ দলে
- এই তথ্য প্ৰকাশ কৰে ডিব্ৰুগড়ৰ অতিৰিক্ত উপায়ুক্ত ডীপু কুমাৰ ডেকাই
কোৱাৰেন্টাইন চেন্টাৰৰ পৰা পলাল যুৱক - বাইপান কুমাৰ
26 জুনত ব্ৰহ্মপুত্ৰ মেইলযোগে দিল্লীৰ পৰা ডিব্ৰুগড়লৈ আহিছিল যুৱকজন
![কোৱাৰেন্টাইন চেন্টাৰৰ পৰা পলাল যুৱক Dibrugarh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7836112-369-7836112-1593524546529.jpg)
ডিব্ৰুগড়ত কোৱাৰেন্টাইন চেন্টাৰৰ পৰা পলাল যুৱক