অসম

assam

ETV Bharat / state

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰৰ সজাগতা সভা

মঙলবাৰে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত ‘ষ্টেট আইকণ’ ৰাকেশ বণিক ডিব্ৰুগড়ত উপস্থিত হৈ ডিব্ৰুগড় জিলা প্ৰশাসনৰ SVEEP চেলৰ উদ্যোগত ভোটাৰ ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে ৷

By

Published : Mar 24, 2021, 12:25 PM IST

A_Moran_awarenes-program-for-voters-by-dibrugarh-district-administration_img_As10031
ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰৰ সজাগতা সভা

ডিব্ৰুগড়, 24 মাৰ্চ: বিধানসভা নিৰ্বাচনত ভোটাৰ ৰাইজক ভোটদানৰ প্ৰতি সজাগ আৰু উৎসাহিত কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলা প্ৰশাসনে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাত লৈছে । মঙলবাৰে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত ‘ষ্টেট আইকণ’ ৰাকেশ বণিক ডিব্ৰুগড়ত উপস্থিত হৈ ডিব্ৰুগড় জিলা প্ৰশাসনৰ SVEEP চেলৰ দ্বাৰা ভোটাৰ ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে ৷

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰৰ সজাগতা সভা

মঙলবাৰে ডিব্ৰুগড়ৰ চিটি কলেজত আয়োজিত অনুষ্ঠানত ৰাকেশ বণিকে ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় কৰাৰ লগতে তেওঁলোকক ভোটদানৰ প্ৰতি উৎসাহিত কৰে ৷

লগতে পঢ়ক-বৰপেটা জিলাৰ ৬ বিধানসভা সমষ্টিত ৬১ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াব প্ৰতিদ্বন্দিতা

ABOUT THE AUTHOR

...view details