মৰাণ, ২২ এপ্ৰিল: সৃজনীশীল সাহিত্যকৰ্মৰে ভাষা সাহিত্যলৈ আৰু সমাজ জীৱনলৈ আগবঢ়োৱা মূল্যবান অৱদানৰ স্বীকৃতি স্বৰূপে পদ্মশ্ৰী য়েছে দৰজে ঠংচিলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা প্ৰদান কৰা হৈছে ডি-লিট সন্মান । ২৫ এপ্ৰিল তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব লগা উনবিংশতিতম দীক্ষান্ত সমাৰোহত প্ৰদান কৰা হ'ব এই সন্মান ।
সাহিত্যিক য়েছে দৰজে ঠংচিলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডি-লিট উপাধি - ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উনবিংশতিতম দীক্ষান্ত সমাৰোহ
সাহিত্যিক য়েছে দৰজে ঠংচিলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডি-লিট উপাধি । ২৫ এপ্ৰিল তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব লগা উনবিংশতিতম দীক্ষান্ত সমাৰোহত প্ৰদান কৰা হ'ব এই উপাধি ।
সাহিত্যিক য়েছে দৰজে ঠংচি
ক'ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এই সমাৰোহ সম্পূৰ্ণ অনলাইনযোগে অনুষ্ঠিত কৰা হ'ব । এই অনলাইন অভিৱৰ্তনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰিব ভাৰতীয় তথ্য আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰাধ্যাপক গৌতম বৰুৱাই ।