ডিব্ৰুগড়,৬মাৰ্চঃ ডিব্ৰুগড়ত স্থাপন হ'ব অসমৰ প্ৰথমটো চি এন জি ষ্টেচন । পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধি , প্ৰদূষণ আৰু দ্ৰুত গতিত বৃদ্ধি পোৱা যান-বাহনৰ অভাৱনীয় সমস্যাক সকাহ দিবলৈ অসম গেছ কোম্পানী লিমিটেডে গ্ৰহন কৰিছে এই পদক্ষেপ ।
শীঘ্ৰেই মুকলি হ'ব ৰাজ্যৰ প্ৰথমটো চি এন জি ষ্টেচন - ডিব্ৰুগড়
পেট্ৰল-ডিজেলতকৈ কম দামত ৰাইজে লাভ কৰিব ইন্ধন। অসম গেছ কোম্পানী লিমিটেডৰ এই বিশেষ পদক্ষেপ।

শীঘ্ৰেই মুকলি হ'ব ৰাজ্যৰ প্ৰথমটো চি এন জি ষ্টেচন
শীঘ্ৰেই মুকলি হ'ব ৰাজ্যৰ প্ৰথমটো চি এন জি ষ্টেচন
লক্ষণীয়ভাৱে ডিব্ৰুগড় চহৰত ইতিমধ্যে দেখা গৈছে চি এন জি চালিত বাহনৰ ব্যৱস্থা । অসম গেছ কোম্পানী লিমিটেডৰ সূত্ৰমতে অচিৰেই তিনিচুকীয়াৰ লগতে অসমৰ বিভিন্ন ঠাইলৈও সম্প্ৰসাৰণ হ'ব এই চি এন জি ষ্টেচন সেৱা।