অসম

assam

ETV Bharat / state

পুনৰ ভূমিকম্প! কি কয় ভূতত্ববিদে? - অৰুণাচল প্ৰদেশ

ৰিখটাৰ স্কেলত 5'9 প্ৰাবল্যৰ ভূমিকম্পটোৱে অৰুণাচল প্ৰদেশৰ লগতে সমগ্ৰ উজনি অসমৰ জিলা কেইখনতো প্ৰচণ্ড জোকাৰণিৰ সৃষ্টি কৰে ৷ সকলোকে সজাগ হৈ থকাৰ আহ্বান DIRECTORATE OF GEOLOGY & MINING DIBRUGARH ৰ জ্যেষ্ঠ ভূ-তত্ববিদ মুন ডেকাৰ ৷

ভূমিকম্পৰ বাবে সজাগতাৰ আহ্বান ভূতত্ত্ববিদৰভূমিকম্পৰ বাবে সজাগতাৰ আহ্বান ভূতত্ত্ববিদৰ

By

Published : Apr 25, 2019, 2:12 AM IST


ডিব্ৰুগড় , 25 এপ্ৰিলঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ আলোৰ পৰা মাত্ৰ 36 কিলোমিটাৰ তথা ডিব্ৰুগড় চহৰৰ পৰা 136 কিলোমিটাৰ দূৰত্বত মঙলবাৰে নিশা 1 বাজি 45 মিনিটত উৎপত্তি হোৱা ভূমিকম্পই ৰাজ্যৰ বিভিন্ন অঞ্চল জোকাৰি যায় ৷

ভূমিকম্পৰ বাবে সজাগতাৰ আহ্বান ভূতত্ত্ববিদৰ

এই ভূমিকম্পৰ পাচতে ৰাইজক আতংকিত নহ'বলৈ আহ্বান জনাইছে DIRECTORATE OF GEOLOGY & MINING DIBRUGARH ৰ জ্যেষ্ঠ ভূ-তত্ববিদ মুন ডেকাই ৷ ভূমিকম্পই কোনো অশুভ বাৰ্তা কঢ়িয়াই নাই বুলি কৈ জনসাধাৰণে ভয় খাব নালাগে বুলি জনাইছে ডেকাই ৷ অৱশ্যে ভূমিকম্প প্ৰৱণ অঞ্চল হিচাপে গৃহ নিৰ্মাণ তথা অন্যান্য ক্ষেত্ৰত ৰাইজক সচেতনতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ভূতত্ববিদগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details