অসম

assam

ETV Bharat / state

দুৰ্বৃত্তৰ আক্ৰমণৰ বলি লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী অনিল বৰগোহাঁঞি

নিৰ্বাচনৰ প্ৰচাৰ চলাই থকা সময়তে পুনৰ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুত্বৰ ভাবে আহত হয় লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী অনিল বৰগোহাঁঞি

দুৰ্বৃত্তৰ আক্ৰমণৰ বলি লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী অনিল বৰগোহাঞি

By

Published : Apr 6, 2019, 12:43 AM IST

ডিব্ৰুগড়, 5 এপ্ৰিলঃ এবাৰ দুবাৰ নহয় তিনিবাৰকৈ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী অনিল বৰগোহাঁঞি ৷ শুকুৰবাৰে নিৰ্বাচনৰ প্ৰচাৰ চলাই থকা সময়তে পুনৰ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুত্বৰ ভাবে আহত হয় প্ৰাৰ্থীগৰাকী৷ আক্ৰমণৰ পিচতে ডিব্ৰুগড়ৰ আদিত্য হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও বৰ্তমান উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে প্ৰাৰ্থী গৰাকীক ৷ আনহাতে এই আক্ৰমণৰ পিচত প্ৰদান বৰুৱাৰ হাত থকাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলে ৷ প্ৰদান বৰুৱাৰ ভেৰোণীয়া গোণ্ডা বাহিনীৰ লগতে গণশক্তি দল এই ঘটনাত জড়িত বুলি মন্তব্য অনিল বৰগোহাঁঞিৰ সমৰ্থকৰ ৷

ABOUT THE AUTHOR

...view details