ডিব্ৰুগড়, 20 এপ্ৰিলঃ উন্নত প্ৰযুক্তিৰ সহায়ত দ্ৰুত গতিত প্ৰসাৰ ঘটা সাংবাদ মাধ্যমৰ অঘোষিত প্ৰতিযোগিতাই সাংবাদিকৰ জীৱনত নমাই আনিছে সীমাহীন ব্যস্ততা। কিন্তু বৃত্তিগত দায়বদ্ধতা আৰু ব্যস্ততাৰ মাজতো বিহুৰ আনন্দ উছৱত ভাগ নোলোৱাকৈ থকা নাই সাংবাদিকসকল ৷
হুঁচৰি মাৰিলে ডিব্ৰুগড়ৰ সাংবাদিকে - ডিব্ৰুগড়
বিগত আঠ বছৰে ডিব্ৰুগড়ৰ সমূহ সাংবাদিক একত্ৰিত হৈ নিজ কৰ্ম ব্যস্ততাৰ মাজতে হুঁচৰি পৰিৱেশন কৰি আহিছে ৷ সাংবাদিকসকলৰ ঘৰে ঘৰে হুঁচৰি পৰিৱেশনৰ জৰিয়তে সংগৃহীত পুঁজি বেংকত জমা ৰখাৰ লগতে বিভিন্ন সময়ত দুৰ্ঘটনা তথা ৰোগত আক্ৰান্ত দুৰ্গত সাংবাদিকসকলক এই পুঁজিৰ জৰিয়তে সাহায্য আগবঢ়াই আহিছে।

ডিব্ৰুগড়ত সাংবাদিকৰ হুঁচৰি পৰিবেশন
হুঁচৰি মাৰিলে ডিব্ৰুগড়ৰ সাংবাদিকে
বিগত আঠ বছৰে ডিব্ৰুগড়ৰ সমূহ সাংবাদিক একত্ৰিত হৈ নিজ কৰ্ম ব্যস্ততাৰ মাজতে হুঁচৰি পৰিৱেশন কৰি আহিছে ৷
উল্লেখ্য যে সাংবাদিকসকলৰ ঘৰে ঘৰে হুঁচৰি পৰিৱেশনৰ জৰিয়তে সংগৃহীত পুঁজি বেংকত জমা ৰখাৰ লগতে বিভিন্ন সময়ত দুৰ্ঘটনা তথা ৰোগত আক্ৰান্ত দুৰ্গত সাংবাদিকসকলক এই পুঁজিৰ জৰিয়তে সাহায্য আগবঢ়াই আহিছে।