- পুৱতি নিশা টিংখাঙৰ নিলমণিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ।
- নিমনি চাৰিআলিত থকা চাৰিখনকৈ পান তামোলৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা
- তিনিখন দোকান ভস্মীভূত হোৱাৰ লগতে আন এখনৰ সামান্য পৰিমানে ক্ষতি হয়
- নিশাই অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰে
- এই অগ্নিকাণ্ডৰ ঘটনাত মিনা পাল, অঞ্জনা গুপ্তা, দিবাকৰ পাল আৰু বিতুপন গগৈ নামৰ লোক কেইজনৰ ব্যৱসায়িক প্ৰতিস্থানৰ ক্ষতিসাধন হয়
- অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই
টিংখাঙৰ নিলমণিত ভয়ংকৰ অগ্নিকাণ্ড - জাহ গ'ল কেবাখনো ব্যবসায়িক প্ৰতিষ্ঠান
বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল কেবাখনো ব্যবসায়িক প্ৰতিষ্ঠান ৷ নিশাই অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপন কৰে জুই ৷
টিংখাঙৰ নিলমণিত ভয়ংকৰ অগ্নীকাণ্ড