মৰাণ,6 ডিচেম্বৰঃ মৰাণ বিধান সভা সমষ্টিৰ গৰুধৰীয়া পঞ্চায়তত হিতাধিকাৰীৰ মাজত অৰুনোদয় আঁচনিৰ চৰকাৰী অনুমোদন পত্ৰ বিতৰণ কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে ৷ পঞ্চায়ত খনৰ সভানেত্ৰী, কাউঞ্চিলাৰৰ লগতে ৱাৰ্ডৰ সদস্য-সদস্যা সকলো এই সভাত উপস্থিত থাকে ৷
মৰাণত অৰুনোদয় আঁচনিৰ চৰকাৰী অনুমোদন পত্ৰ বিতৰণ - Aronodoi Certificate distribution at Garudhariya panchayat
মৰাণ বিধান সভা সমষ্টিৰ গৰুধৰীয়া পঞ্চায়তত হিতাধিকাৰীৰ মাজত অৰুনোদয় আঁচনিৰ চৰকাৰী অনুমোদন পত্ৰ বিতৰণ কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে ৷

মৰাণত অৰুনোদয় আঁচনিৰ চৰকাৰী অনুমোদন পত্ৰ বিতৰণ
পঞ্চায়ত খনৰ ৯৪১ গৰাকী মহিলালৈ এই অৰুনোদয় আঁচনিৰ অনুমোদন পত্ৰ আগবঢ়োৱা হৈছে । আনহাতে, বাকী ৰৈ যোৱা আৰ্থিকভাৱে দুৰ্বল কৃষক, শ্ৰমিক পৰিয়ালৰ গৃহিনী সকললৈও এই আঁচনিৰ দ্বিতীয় পৰ্যায়ত অনুমোদন পত্ৰ বিতৰণৰ ব্যৱস্থা কৰা হ'ব জানিবলৈ দিয়ে বিধায়ক চক্ৰধৰ গগৈয়ে ৷
লগতে পঢ়ক-বাক্সা জিলাত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন