ডিব্ৰুগড়, 29 জানুৱাৰী: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক ড৹ জিতেন হাজৰিকাক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব অৰ্পণ কৰা হৈছে (New Vice chancellor of Dibrugarh university) । ড৹ জিতেন হাজৰিকাক বিশ্ববিদ্যালয়খনৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত উপাচার্য হিচাপে নিযুক্তিৰ পাছতে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে ছাত্ৰ সমাজ ।
New Vice Chancellor of DU: ড৹ জিতেন হাজৰিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য - Dr Jiten Hazarika Dibruagarh university
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিযুক্তি দিয়া হ’ল নতুন উপাচাৰ্য (New Vice chancellor of Dibrugarh university) ৷ প্ৰাক্তন উপাচাৰ্য ড৹ ৰঞ্জিত তামুলীৰ নাম বিত্তীয় কেলেংকাৰীত সাঙুৰ খোৱাৰ পিছৰে পৰা খালি হৈ আছিল পদটি ৷
![New Vice Chancellor of DU: ড৹ জিতেন হাজৰিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য New Vice chancellor of Dibrugarh university](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-14318777-thumbnail-3x2-dskmlc.jpg)
ড৹ জিতেন হাজৰিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য
উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড৹ ৰঞ্জিত তামুলীৰ নাম বিভিন্ন বিত্তীয় অনিয়মত নাম সাঙোৰ খাই পৰাৰ পিছতে বহুমাহ ধৰি উপাচাৰ্য পদটি খালি হৈ আছিল ।
লগতে পঢ়ক:Agriculture scam resumes: পুনৰ খোল খাইছে কংগ্রেছৰ আমোলত সংঘটিত 100 কোটিটকীয়া কৃষি কেলেংকাৰীৰ তদন্ত