অসম

assam

ETV Bharat / state

নৃত্যশিল্পী হোৱাৰ বাসনা পুহি ৰাখিছে ৰাজে - নৃত্যশিল্পী

ডিব্ৰুগড়ৰ শ্মশান পাৰাৰ এজন প্ৰতিভাৱান যুবক । ভৱিষ্যতে এজন ভাল নৃত্যশিল্পী হোৱাৰ প্ৰবল আশা যুৱকজনৰ । কোনো প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ নোলোৱাকৈ ঘৰতে একক প্ৰচেষ্টাত নৃত্যৰ আখৰা কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

As_Moran_02_An_intelligent_dancer_of_Dibrugarh_vis_As10031
নৃত্যশিল্পী হোৱাৰ বাসনা পুহি ৰাখিছে ৰাজে

By

Published : Apr 4, 2021, 5:01 PM IST

মৰাণ,4 এপ্ৰিল: ডিব্ৰুগড়ৰ শ্মশানপাৰাৰ এজন প্ৰতিভাৱান যুৱক । নাম ৰাজ মজুমদাৰ ৷ যাৰ নৃত্য প্ৰতিভাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । কানু মজুমদাৰৰ পুত্ৰ ৰাজ মজুমদাৰৰ নৃত্য প্ৰতিভা দেখিলে সকলো মুগ্ধ হ’ব ৷ কোনো প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ নোলোৱাকৈ ঘৰতে একক প্ৰচেষ্টাত নৃত্যৰ আখৰা কৰি সুন্দৰ নৃত্য প্ৰদৰ্শনৰ চেষ্টা চলাই গৈছে ৰাজে । ৰাজৰ আছে আত্মবিশ্বাস, ভৱিষ্যতে এজন ভাল নৃত্যশিল্পী হোৱাৰ ৷

ডিব্ৰুগড়ৰ শ্মশান পাৰাৰ এজন প্ৰতিভাৱান যুৱক

কানু মজুমদাৰ আৰু মিঠু মজুমদাৰৰ পুত্ৰ ৰাজ মজুমদাৰে আৰ্থিক দৈন্যতাৰ বাবে আধাতে পঢ়া-শুনা কৰি দিন হাজিৰা কৰি উপাৰ্জনৰ বাট মুকলি কৰিছে ৷ তাৰমাজতো ঘৰতে নৃত্যৰ আখৰা কৰি চেষ্টা অব্যাহত ৰাখিছে যুৱকজনে ।

লগতে পঢ়ক: বৰপেটাত 144 নং ধাৰা জাৰি

ABOUT THE AUTHOR

...view details