অসম

assam

ETV Bharat / state

জকাই কলিয়নীৰ ৰামবাবু কৰ্মকাৰে দেখুৱাইছে কৰ্ম নিদৰ্শনৰ এক আৰ্হি - স্বনিৰ্ভৰশীল

জকাই কলিয়নীৰ ৰামবাবু কৰ্মকাৰে ঘৰতে গ্ৰীণ টি প্ৰস্তুত কৰি নিবনুৱাক দেখুৱাইছে কৰ্ম নিদৰ্শন ৷ আৰ.কে.টি নামেৰে এক ব্ৰেণ্ডৰ জৰিয়তে গ্ৰীণ টিৰ বজাৰত এক সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ৰামবাবু কৰ্মকাৰে ৷

An ideal self employee of Moran
জকাই কলিয়নীৰ ৰামবাবু কৰ্মকাৰে গ্ৰীণ টি প্ৰস্তুত কৰি দেখুৱাইছে কৰ্ম নিদৰ্শন

By

Published : Oct 22, 2020, 4:08 PM IST

মৰাণ,22 অক্টোবৰ:মনত কৰ্মস্পৃহা থাকিলে দৰিদ্ৰজনেও সলাব পাৰে ভাগ্যৰ চকৰি ৷ তেনে এক উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলাৰ জকাই কলিয়নী ১ নং মহমাৰী গাঁৱৰ যুৱক ৰামবাবু কৰ্মকাৰে । অতি কম মূলধনেৰে ঘৰতে গ্ৰীণ টি প্ৰস্তুতৰ কাম আৰম্ভ কৰি স্বাৱলম্বী হোৱাৰ লগতে নিবনুৱাক দেখুৱাইছে কৰ্মৰ এক উৎকৃষ্ট নিদৰ্শন ।

জকাই কলিয়নীৰ ৰামবাবু কৰ্মকাৰে গ্ৰীণ টি প্ৰস্তুত কৰি দেখুৱাইছে কৰ্ম নিদৰ্শন

ইতিমধ্যে আৰ.কে.টি নামেৰে এক ব্ৰেণ্ডৰ জৰিয়তে গ্ৰীণ টিৰ বজাৰত এক সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে যুৱকজনে। সৰুৰে পৰা অতি দুখ কষ্টৰ মাজেৰে ডাঙৰ-দীঘল হোৱা যুৱকজনে উচ্চ শিক্ষিত হোৱাৰ পাছতো চৰকাৰী চাকৰিৰ পাছত নদৌৰি স্বনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰা ৰামবাবু কৰ্মকাৰ এতিয়া বহুতৰ বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ ।

লগতে পঢ়ক :হাইলাকান্দিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details