ETV Bharat / state
DU ragging case : অভিযুক্ত কল্যাণ দত্তৰ আত্মসমৰ্পণৰ পাছতেই গ্ৰেপ্তাৰ আৰক্ষীৰ - ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পন
অৱশেষত ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে DU ৰ ৰেগিংকাণ্ডৰ অন্যতম অভিযুক্ত কল্যাণ দত্তই (Accused of DU ragging case Kalyan Dutta surrendered) ৷ শনিবাৰে পুৱাই আত্মসমৰ্পণ কৰা অভিযুক্ত দত্ত হৈছে PGSU ৰ তৰ্ক বিভাগৰ নৱ-নিৰ্বাচিত সম্পাদক ৷
মূল অভিযুক্ত কল্যাণ দত্তই কৰে আত্মসমৰ্পণ
By
Published : Dec 3, 2022, 11:51 AM IST
| Updated : Dec 3, 2022, 12:31 PM IST
- অৱশেষত আত্মসমৰ্পণ কৰিলে DU ৰ ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্তকল্যাণ দত্তই (Accused of DU ragging case Kalyan Dutta surrendered)
- অভিযুক্ত কল্যাণ দত্ত হৈছে PGSU ৰ তৰ্ক বিভাগৰ নৱ-নিৰ্বাচিত সম্পাদক
- ২৭ নৱেম্বৰৰ পৰা পলাতক হৈ আছিল বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ অভিযুক্ত দত্ত
- কিন্তু আজি অৰ্থাৎ শনিবাৰে পুৱাই ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে অভিযুক্ত কল্যাণ দত্তই (Kalyan Dutta surrendered)
আত্মসমৰ্পণ কৰে DU ৰ ৰেগিংকাণ্ডৰ অভিযুক্ত কল্যাণ দত্তই
- দুদিন পূৰ্বে ফেচবুক লাইভযোগে নিজকে নিৰ্দোষী বুলি দাবী কৰি আত্মসমৰ্পণৰ কথা উল্লেখ কৰিছিল দত্তই
- জানিব পৰা মতে, বৰ্তমান ডিব্ৰুগড় আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত দত্ত
Last Updated : Dec 3, 2022, 12:31 PM IST