অসম

assam

By

Published : Jun 4, 2021, 6:12 PM IST

ETV Bharat / state

মৰাণ চহৰত সপ্তাহত দুবাৰকৈ চেনিটাইজেশ্বন কৰিব আছুৱে

মৰাণ অঞ্চলটোক ক'ৰণামুক্ত কৰাৰ উদ্দেশ্যেৰে শুকুৰবাৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই আৰু মৰাণ তৈলক্ষেত্ৰৰ সহযোগত মৰাণ চহৰৰ লগতে মৰাণৰ পথ, উপ-পথ সকলোতে চেনিটাইজেশ্বন কৰে ।

AASU will sanitize Moran town
মৰাণ চহৰত সপ্তাহত দুবাৰকৈ চেনিটাইজেশ্বন কৰিব আছুৱে

মৰাণ, 4 জুন:ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া মৰাণ চহৰত ক'ভিড ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে । স্বাস্থ্য বিভাগে ক'ভিড নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰিছে যদিও প্ৰতিদিনেই ক’ভিড ৰোগী সংখ্যা বৃদ্ধি পাই অহাত শংকিত হৈ পৰিছে মৰাণৰ ৰাইজ ।

মৰাণ চহৰত সপ্তাহত দুবাৰকৈ চেনিটাইজেশ্বন কৰিব আছুৱে

মৰাণ অঞ্চলটোক ক'ৰণা মুক্ত কৰাৰ উদ্দেশ্যেৰে শুকুৰবাৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মৰাণ তৈলক্ষেত্ৰৰ সহযোগত মৰাণ চহৰৰ লগতে মৰাণৰ পথ উপ-পথ সকলোতে চেনিটাইজেশ্বন কৰা হয় ৷

মৰাণ চহৰত সপ্তাহত দুবাৰকৈ চেনিটাইজেচন কৰিব আছুৱে

উল্লেখ্য যে, শুকুৰবাৰৰ পৰা সমগ্ৰ মৰাণ অঞ্চলত সপ্তাহত দুটা দিন চেনিটাইজেশ্বন কৰাৰ বাবে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে । এই ক্ষেত্ৰত মৰাণ তৈলক্ষেত্ৰই সহযোগিতা কৰিব বুলি আছুৰ কৰ্মী সকলে জানিবলৈ দিছে । সকলো মৰাণবাসী ৰাইজক ক'ৰণাৰ বিৰূদ্ধে সজাগ আৰু সতৰ্ক হ'বৰ বাবেও মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই অনুৰোধ জনাইছে ।

লগতে পঢ়ক: নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমত পিতা-পুত্ৰৰ মহামিলন

ABOUT THE AUTHOR

...view details