মৰাণ, 10 নৱেম্বৰঃমৰাণ সমষ্টিৰ কোটোহা পঞ্চায়ৰ বন কছাৰী গাঁৱৰ এটা ৰাস্তাই জলাকলা খোৱাইছে সাধাৰণ পথচাৰীক ৷ উন্নয়নকামী জনপ্ৰতিনিধিৰ চকুত নপৰা এই ৰাস্তাটোত কলগছৰ দাং পাৰি যাতায়ত কৰিবলগীয়া হৈছে গাঁওখনৰ লোকসকল ৷
এটা ৰাস্তাই জলাকলা খোৱাইছে সাধাৰণ পথচাৰীক
উন্নয়নকামী জনপ্ৰতিনিধিৰ চকুত নপৰা এটা ৰাস্তাত কলগছৰ দাং পাৰি যাতায়ত কৰিবলগীয়া হৈছে গাঁওখনৰ লোকসকল ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি উক্ত পথেদি বিধায়কৰ লগতে পঞ্চায়তৰ প্ৰতিনিধি সকল অহাযোৱা কৰে যদিও পথচোৱা মেৰামতিৰ বাবে আজিও অৱহেলা কৰি আহিছে ।
এটা ৰাস্তাই জলাকলা খোৱাইছে সাধাৰণ পথচাৰীক
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি উক্ত পথেদি বিধায়কৰ লগতে পঞ্চায়তৰ প্ৰতিনিধি সকল অহা যোৱা কৰে যদিও পথচোৱা মেৰামতিৰ বাবে আজিও অৱহেলা কৰি আহিছে । উল্লেখ্য যে,এই পথচোৱা জকাই বন কছাৰী গাঁৱৰ ৰাইজৰ বাবে যাতায়তৰ মূলপথ। ইফালে পথচোৱাত এই পৰ্যন্ত এটাও শিলগুটি নপৰাৰ বাবে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকে ৷
লগতে পঢ়কঃনগাঁও আৰক্ষীক আক্ৰমণ কৰা আন এক অভিযুক্ত আৰক্ষীৰ জালত
Last Updated : Nov 10, 2020, 12:19 PM IST