অসম

assam

ETV Bharat / state

কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস - কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

ডিব্ৰুগড় কানৈ কলেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৷ উক্ত অনুষ্ঠানত ডঃ অৰুণ ডেকাক আৰু AMCHৰ অধ্যক্ষ ডঃ সঞ্জীৱ কাকতিক ডঃ প্ৰহ্লাদ কুমাৰ বৰুৱা সোঁৱৰণি বঁটা প্ৰদান কৰা লগতে মাকন বালা দত্তক শিশু ট্ৰাষ্টক অস্বীনি চৰণ চৌধুৰী বঁটা প্ৰদান কৰা হয় ৷

A_Moran_8036to8041_3rd Foundation day of Pratishruti Cancer and Palliative Trust celebrated at Dibrugarh_As10031
কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

By

Published : Dec 22, 2020, 7:34 AM IST

মৰাণ, 22 ডিচেম্বৰ : প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড় কানৈ কলেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । অনুষ্ঠানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই মুখ্য অতিথি ৰূপে উপস্থিত থকাৰ লগতে প্ৰতিশ্ৰুতিৰ লাইভ এম্বেচেদৰ অভিনেত্ৰী বৰষাৰাণী বিষয়া, ডাঃ গায়ত্ৰী গগৈ উপস্থিত থাকে ।

কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

উল্লেখ্য যে, বিগত তিনি বছৰ ধৰি কেঞ্চাৰ ৰোগী সকলক বিভিন্ন প্ৰকাৰে সেৱা আগবঢ়াই আহিছে প্ৰতিশ্ৰুতি নামৰ সংস্থাটোৱে । কেঞ্চাৰৰ ৰোগত আক্ৰান্ত হোৱা ৰোগী সকলৰ চিকিৎসাৰ লগতে মানসিকভাৱে সৱল কৰি ৰাখিবলৈ বিগত তিনিটা বছৰে এই সংস্থাটোৱে বিশেষভাৱে সেৱা আগবঢ়াই আহিছে ।

কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

উক্ত অনুষ্ঠানত ডঃ অৰুণ ডেকাক আৰু AMCHৰ অধ্যক্ষ ডঃ সঞ্জীৱ কাকতিক ডঃ প্ৰহ্লাদ কুমাৰ বৰুৱা সোঁৱৰণি বঁটা প্ৰদান কৰা হয় ৷ আনহাতে শিশু কেঞ্চাৰ ৰোগী সকলক বিশেষ সেৱা আগবঢ়োৱাৰ বাবে মাকন বালা দত্তক শিশু ট্ৰাষ্টক অস্বীনি চৰণ চৌধুৰী বঁটা প্ৰদান কৰা হয় ৷

লগতে পঢ়ক:চিৰাঙৰ হাতী-মানুহৰ সমস্যাক লৈ ডব্লিউ ডব্লিউ এফৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details