অসম

assam

By

Published : Nov 9, 2020, 11:10 AM IST

ETV Bharat / state

জিলা পৰিষদৰ সভানেত্ৰীৰ ব্যতিক্ৰমী পদক্ষেপ

সভানেত্ৰী গৰাকীৰ পদক্ষেপক শলাগ লৈছে ৰাইজে ৷ কিন্তু কি এই ব্যতিক্ৰমী পদক্ষেপ ?

zpc-of-mancacher-district-build-road-by-own-money
জিলা পৰিষদৰ সভানেত্ৰীৰ ব্যতিক্ৰমী পদক্ষেপ

ধুবুৰী, 9 নৱেম্বৰ: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খানৰ ব্যতিক্ৰমী পদক্ষেপ ৷ চৰকাৰী ধনৰ অভাৱৰ বাবে নিজৰ গাঠিৰ ধনেৰেই বিগত প্ৰায় 20 বছৰ ধৰি জৰাজীৰ্ণ হৈ আছে বাউচকাটা গাঁৱৰ গড়কাপ্তানী পথটো নিৰ্মাণৰ ব্যৱস্থা কৰিছে সভানেত্ৰী গৰাকীয়ে ৷

জিলা পৰিষদৰ সভানেত্ৰীৰ ব্যতিক্ৰমী পদক্ষেপ

জিলা পৰিষদৰ সভানেত্ৰী গৰাকীৰ এই পদক্ষেপক শলাগ লৈছে ৰাইজে ৷

নিৰ্মীয়মান বাউচকাটা গাঁৱৰ গড়কাপ্তানী পথটো

উল্লেখ্য যে, বিগত পাঁচ বছৰে মানকাচৰৰ বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলে এই গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ বাবে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

জৰাজীৰ্ণ বাউচকাটা গাঁৱৰ গড়কাপ্তানী পথটো

লগতে ৰাইজে জিলা প্ৰশাসনক পথটোৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়কেঃমৰিগাঁৱত বোৱাৰীক অকথ্য নিৰ্যাতনৰ ঘটনা

ABOUT THE AUTHOR

...view details