ধুবুৰী,27 এপ্ৰিলঃমঙলবাৰে ধুবুৰীৰ পাগলাহাটত বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় । ধুবুৰীৰ পাগলাহাট অঞ্চলৰ হজৰতেৰ হাট গাঁৱত চলে এই অভিযান । অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ লগতে এটা কাঠ ফলা মিল ।
ধুবুৰীত বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ - কাঠ ফলা মিল
ধুবুৰীৰ পাগলাহাট অঞ্চলৰ হজৰতেৰ হাট গাঁৱত চলে এই অভিযান । অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ লগতে এটা কাঠ ফলা মিল ।
ধুবুৰীত বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ
উল্লেখযোগ্য যে, পঞ্জীয়নভূক্ত নুৰজাহান সন টিম্বাৰ ডিপো কেম্পাচত চলি আছিল এই অবৈধ কাঠফলা মিলটো । ধুবুৰী বন পালক সাহবাজ চুলতানৰ নেতৃত্বত যোৱা এটা বন বিভাগৰ দলে অভিযান চলায় । মনকৰিব লগীয়া যে, বিটিএডিৰ বনাঞ্চল ধ্বংস কৰি একাংশই কাঠৰ চোৰাং ব্যৱসায় চলাই যোৱাৰ অভিযোগ কৰিছে একাংশ স্থানীয় ৰাইজে ।
লগতে পঢ়কঃ ১২ বছৰীয়া কিশোৰী চুমিলাৰ হত্যাকাণ্ডই কপাইছে ৰাজ্য