অসম

assam

By

Published : Jul 28, 2019, 7:17 PM IST

ETV Bharat / state

চাপৰ আৰক্ষীৰ অভিযানত 2 ডাল বিৰল প্ৰজাতিৰ কেঁকো সাপ জব্দ, এজনক আটক

পূৱ বিলাসীপাৰাৰ চাপৰৰ ৰঙামাটিত দুষ্প্ৰাপ্য কেঁকো সাপ সহ আটক এজন

দুষ্প্ৰাপ্য কেকো সাপ সহ আটক এজন

ধুবুৰী,28 জুলাই :

  • পূৱ বিলাসীপাৰাৰ চাপৰৰ ৰঙামাটিত আৰক্ষীৰ অভিযান
  • অভিযানত উদ্ধাৰ দুষ্প্ৰাপ্য কেঁকো সাপ
    দুষ্প্ৰাপ্য কেকো সাপ সহ আটক এজন
  • লগতে আটক ছামিৰ আলী নামৰ এজন
  • গোপন সূত্ৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে চলাইছিল অভিযান
  • দীৰ্ঘ দিনৰ পৰা এই অঞ্চলত এনে অবৈধ ব্যৱসায় চলি থকাৰ অভিযোগ

ABOUT THE AUTHOR

...view details