অসম

assam

ETV Bharat / state

বিলাসীপাৰাত পানীত পৰি দুই শিশুৰ সলিল সমাধি - etv bharat

পূৱ বিলাসীপাৰাৰ চাপৰৰ ধীৰঘাটত দুই শিশুৰ সলিল সমাধি

বিলাসীপাৰাত পানীত পৰি দুই শিশুৰ সলিল সমাধি

By

Published : Jun 28, 2019, 10:49 PM IST

বিলাসীপাৰা, 28 জুনঃ পূৱ বিলাসীপাৰাৰ চাপৰৰ ধীৰঘাটত শুকুৰবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা ৷

. পূৱ বিলাসীপাৰাৰ চাপৰৰ ধীৰঘাটত দুই শিশুৰ সলিল সমাধি

. একেটা পৰিয়ালৰ দুই ভাই -ককাইৰ দুই সন্তান পানীত পৰি সলিল সমাধি

. শিশু দুটা খাইৰুল ইছলাম আৰু ওমৰ ফাৰুক বুলি চিনাক্ত

. গা ধুবলৈ ধীৰবিলত নমাৰ পিছতে সংঘটিত হয় এই ঘটনা

বিলাসীপাৰাত পানীত পৰি দুই শিশুৰ সলিল সমাধি

ABOUT THE AUTHOR

...view details