বিলাসীপাৰা,18 নৱেম্বৰঃপূৱ বিলাসীপাৰাৰ চাপৰত বীৰ শ্বহীদ হৰধন চন্দ্ৰ ৰায়ক শ্ৰদ্ধাঞ্জলি । চাপৰ আঞ্চলিক আক্ৰাছুৰ উদ্যোগত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পাঁচ হাজাৰ এটা চাকি জ্বলাই শ্ৰদ্ধা নিবেদন কৰা হয় শ্বহীদ গৰাকীক ৷ চাপৰৰ গান্ধী ময়দানত অনুষ্ঠিত কৰা হয় এই কাৰ্যসূচী ৷ উল্লেখ্য যে, বিগত ৩ নৱেম্বৰত জন্মু কাশ্মীৰৰ উৰি চেক্টৰত পাকিস্তানী সেনাৰ হাতত নিহত হৈছিল শ্বহীদ হৰধন চন্দ্ৰ ৰায় ৷
বিলাসীপাৰাত পাঁচ হাজাৰ চাকিৰে শ্ৰদ্ধাঞ্জলী শ্বহীদ হৰধন চন্দ্ৰ ৰায়ক - বিলাসীপাৰাত পাঁচ হাজাৰ চাকিৰে শ্ৰদ্ধাঞ্জলী শ্বহীদ হৰধন চন্দ্ৰ ৰায়ক
পূৱ বিলাসীপাৰাৰ চাপৰত বীৰ শ্বহীদ হৰধন চন্দ্ৰ ৰায়ক শ্ৰদ্ধাঞ্জলি । পাঁচ হাজাৰ এটা চাকি জ্বলাই শ্ৰদ্ধা নিবেদন কৰা হয় শ্বহীদ গৰাকীক ৷
![বিলাসীপাৰাত পাঁচ হাজাৰ চাকিৰে শ্ৰদ্ধাঞ্জলী শ্বহীদ হৰধন চন্দ্ৰ ৰায়ক AS_BLP_EAST_801/805_Tribute_to_martyr_Haradhan_Chandra_Rai_img_ASC10022](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9586121-thumbnail-3x2-blp.jpg)
বিলাসীপাৰাত পাঁচ হাজাৰ চাকিৰে শ্ৰদ্ধাঞ্জলী শ্বহীদ হৰধন চন্দ্ৰ ৰায়ক